দ্য ৰিভিউ চেইন
আৰ্ট চেইন ইণ্ডিয়া︎
ভাৰতৰ দৃশ্য শিল্পীসকলৰ বাবে এক গণতান্ত্ৰিক সমনীয়া-সমৰ্থন সম্পদ, সকলো সংবাদ মাধ্যমৰ সৈতে কাম কৰা।
#ArtChainIndia︎ ত উপলব্ধ কামসমূহ চাওক
দ্য ৰিভিউ চেইন
দুআষাৰ
ভাৰতত শিল্পীসকলৰ বাবে অনুদান, জুৰীৰ প্ৰকল্পৰ পুঁজি, বঁটা আৰু ৰেচিডেন্সীৰ দৰে নতুন সুযোগসমূহ উপলব্ধ হোৱাৰ লগে লগে আমি উপলব্ধি কৰিছো যে শিল্পীসকলে তেওঁলোকৰ প্ৰয়োগ সামগ্ৰীসমূহৰ জৰিয়তে তেওঁলোকৰ অভ্যষ্ট কৰ্মৰাজিৰ সৰ্বোত্তমভাৱে সূচনা আগবঢ়াবলৈ তথ্য, সমৰ্থন আৰু মতামতসমূহৰ অধিকতৰভাৱে আৱশ্যক হৈ আহিছে।
এই কথা মনত ৰাখি আমি সহযোগী শিল্পীসকলক শিল্পী, কিউৰেটৰ, গেলেৰিষ্ট আদিৰ দৰে উদ্যোগ বিশেষজ্ঞসকলৰ লগত এজনৰ সৈতে এজন (অ’ৱান-অন-অ’ৱান)-কৈ পৰ্যালোচনাসমূহ কৰাৰ দ্বাৰা তেওঁলোকৰ অভ্যষ্ট কৰ্মৰাজিৰ সৈতে সহায় কৰিবলৈ নীতি, আভাস আৰু অন্যান্য উৎসসমূহ প্ৰকাশ কৰিছো যাতে শিল্পীসকলে প্ৰথম-অহা প্ৰথম-সেৱা (ফাৰ্ষ্ট কাম ফাৰ্ষ্ট চাৰ্ভ) আধাৰত চাইন আপ কৰিব পাৰে।
পৰ্যালোচকসকলঃ এই কাৰ্যসূচী নৱ অনুশীলনবোৰৰ সমৰ্থনত নিজৰ সময় আৰু অভিজ্ঞতাৰ অৰিহণা আগবঢ়াব বিচৰা ভিজুৱেল আৰ্টচ্ (দৃশ্য কলা)-ৰ ভিতৰৰ সকলোবোৰ অনুশীলনকাৰীৰ বাবে মুকলি কৰি ৰখা হৈছে। যদি আপুনি এগৰাকী পৰ্যালোচক হ’ব বিচৰা অনুশীলনকাৰী তেনেহ’লে অনুগ্ৰহ কৰি আমাক artchainindia@gmail.com-ত ইমেইল কৰক।
শিল্পীসকলঃ যদি আপুনি আপোনাৰ প্ৰয়োগ সামগ্ৰীসমূহ পৰ্যালোচনা কৰিবলৈ চাইন আপ কৰিব বিচৰা এগৰাকী শিল্পী, তেন্তে ইয়াত ক্লিক কৰক। (এই লিংকটো ৪ ছেপ্টেম্বৰ ২০২১ তাৰিখ শনিবাৰে সন্ধিয়া ৬ বজাত সক্ৰিয় কৰা হ’ব)৷
CONTACT
artchainindia@gmail.com
এজন এজনকৈ পৰ্যালোচনা
Reviewers 2.0
শিল্পীসকলৰ বাবে চাইন-আপ ফৰ্ম (৪ ছেপ্টেম্বৰ ২০২১ তাৰিখে সন্ধিয়া ৬:০০ বজাত খোলা হ'ব)
সুযোগসমূহৰ বাবে আবেদন
বৰ্তমানৰ সুযোগ, এক্সেল শ্বীট
Art Fervour বৰ্তমানৰ সুযোগ
আপোনাৰ সুযোগসমূহ তালিকাভুক্ত কৰক!
সম্পদসমূহ
সুযোগসমূহৰ বাবে আবেদন : আৰম্ভণিপ্ৰয়োগ সামগ্ৰী
শিল্পী ষ্টুডিঅ'ৰ বাবে সাংগঠনিক সম্পদ